ASIA - India
Mrinal Kalita, born in Bamundi, Assam, India, is a short story writer and a novelist who writes in the Assamese language. He has three short story collections, one novel, two collections of essays, one collection of tales for children and a book on popular mathematics to his credit. He teaches Mathematics in Pandu College, Assam.
গল্পকাৰ আৰু ঔপন্যাসিক হিচাবে পৰিচিত মৃণাল কলিতাৰ জন্ম কামৰূপ জিলাৰ বামুন্দী নামৰ এখন গাঁৱত। এতিয়ালৈ তেওঁৰ তিনিখন গল্প সংকলন, এখন উপন্যাস, দুখন ৰচনা সংকলন, শিশুৰ বাবে এখন কাহিনী সংকলন আৰু জনপ্ৰিয় গণিতৰ এখন কিতাপ প্ৰকাশিত হৈছে। তেওঁ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ শিক্ষক।